Saturday, November 15, 2008

বান্ধোন



সোলকি সোলকি যায়
মোৰ হাতৰ মুঠি
আৰু বাৰে বাৰে পিছলি পৰে
সেই সময়,
মৰম
আৰু
ভালপোৱা !!

@Arundhatee copyright protected

No comments: